যিহূদা
Jude
Introduction from this edition
যিহূদাৰ পত্ৰ
গ্রন্থ ৰচয়িতা
এই লিখকে নিজৰ পৰিচয় দি নিজে কৈছে যে, “যিহূদা, যীচু খ্রীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই” (1:1). যিহূদা সম্ভৱতঃ আছিল “যুদাচ” নামেৰে যোহন 14:22 পদত তেওঁৰ পাঁচনিসকলৰ এজন হিচাপে। তেওঁক সাধাৰণতে যীচুৰ ভাই বুলি গন্য কৰা হয়। পূৰ্বে অবিশ্বাসী অৱস্থাত থকাত (যোহন 7:5), পাছত তেওঁ তেওঁৰ মা আৰু আন শিষ্যসকলৰ সৈতে ওপৰ কোঠালিত থাকোতে পাছত যীচুৰ আৱির্ভাব হৈছিল (পাঁচনিৰ কর্ম 1:14)।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 60-80 খ্রীষ্টাব্দৰ মাজভাগত।
আনুমানিক স্থান, আলেকজেণ্ড্রিয়াৰ পৰা ৰোমলৈ থকা এই পৰিসৱৰ ভিতৰত যিহূদাই লিখিছিল।
প্রাপক
সাধাৰণ বাক্যাংশ “তেওঁলোকৰ কাৰণে যি ঈশ্বৰৰ দ্বাৰা পবিত্র পিতা আৰু যীচু খ্রীষ্টৰ মাজত ৰক্ষিত হোৱা আৰু জনা”, সকলো খ্রীষ্টিয়ানৰ বুলি উল্লেখ হয়; হলেও তেওঁৰ বার্তা পৰীক্ষা কৰি ভুৱা শিক্ষকসকলৰ ওচৰলৈ তেওঁ এক নির্দিষ্ট দলৰ বাহিৰে সকলো ভুৱা শিক্ষকক সম্বোধন কৰিছিল।
উদ্দেশ্য
এই পত্রখনে এই কথা স্মৰণ কৰি দিয়ে যে, মণ্ডলীৰ প্রতি দৃঢ় বিশ্বাস আৰু বৈধতাৰ বিৰোধিতা কৰাৰ কাৰণে সতর্কতা প্রয়োজন অনুভৱ কৰি এই পত্র যিহূদাই লিখিছিল। তেওঁ সকলো ঠাইতে কাম কৰাৰ কাৰণে খ্রীষ্টিয়ানসকলক অনুপ্রাণিত কৰিবলৈ লিখিছিল। তেওঁ বিচাৰিছিল যাতে তেওঁলোকে তেওঁলোকৰ ভুল শিক্ষাৰ বিপদ চিহ্নিত কৰিব পাৰে, নিজকে আন বিশ্বাসীসকলক, আৰু ইতিমধ্যে প্রতাড়িত হোৱা সকলক যাতে ৰক্ষা কৰিব পাৰে। যিহূদাই এই ভুৱা শিক্ষকসকলৰ বিৰুদ্ধে লিখিছিল, যিসকলে কৈছিল যে তেওঁলোকে ঈশ্বৰৰ শাস্তিক ভয় নকৰাকৈ তেওঁলোকে সন্তুষ্ট কৰিব পাৰে।
মূল বিষয়
বিশ্বাসৰ বাবে প্রতিবাদ।
প্রান্তৰেখা
1. ভূমিকা — 1:1, 2
2. বর্ণনা আৰু ভুৱা শিক্ষকসকলৰ পৰিণতি — 1:3-16
3. খ্রীষ্টত বিশ্বাসীসকলৰ উৎসাহ — 1:17-25
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.