Skip to content
BibleKenya

ইষ্ট

Esther

Introduction from this edition

ইষ্টেৰ

গ্রন্থ ৰচয়িতা

ইষ্টেৰ পুস্তকৰ অজানা লিখক আছিল সম্ভবতঃ ৰাজকীয় পাৰস্য আদালতৰ সৈতে পৰিচিত এজন ইহুদি লোক। আদালতৰ জীৱন আৰু ঐতিহ্যৰ বিস্তাৰিত বর্ণনা, একেদৰে পুস্তকখনত যিবোৰ ঘটনা ঘটিছে, সেইবোৰে এটা নির্দেশ দিয়ে যে লিখক এজন প্রত্যক্ষদর্শী। পণ্ডিতসকলে বিশ্বাস কৰে যে যিৰুব্বাবিলৰ অধীনত যিহূদা দেশলৈ উভতি অহাৰ কাৰণে তেওঁ এজন ইহুদি লিখক আছিল। কিছুমানে মন্তব্য দিয়ে যে মর্দখয় নিজে এই পুস্তকৰ লিখক আছিল, আনহাতে পাঠত বিচাৰি পোৱা তেওঁৰ বাবে থকা সুনামে মন্তব্য দিয়ে যে আন এজন লিখকৰ, সম্ভবত তেওঁৰ এক তৰুণ-তৰুণী লিখক আছিল।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 464-331 খ্রীষ্টপূর্বৰ মাজভাগ।

এই কাহিনীটো পাৰস্যৰ ৰজা অহচবেৰোচ-1 ৰ ৰাজত্বৰ সময়ত সঞ্চালিত হয়, প্রাথমিকভাবে পাৰস্য সাম্রাজ্যৰ ৰাজধানী চুচানত থকা ৰাজপ্রাসাদত।

প্রাপক

ইষ্টেৰ পুস্তক খন পুৰিম বা প্রচুৰ ভোজৰ মূল তথ্যলৈ ইহুদি জাতিৰ লোকসকলৰ বাবে লিখা হৈছিল। এই বার্ষিক উৎসৱটোৱে ইহুদি জাতিৰ মুক্তিক স্মৰণীয় কৰি ৰাখে, ঠিক মিচৰৰ দাসত্বৰ পৰা তেওঁলোকে মুক্তি পোৱাৰ দৰে।

উদ্দেশ্য

এই পুস্তকৰ উদ্দেশ্য হ’ল, মানুহৰ ইচ্ছা, জাতিগত কুসংস্কাৰত তেওঁৰ ঘৃণা, তেওঁৰ শক্তিয়ে প্রদান কৰা জ্ঞান আৰু বিপদৰ সময়ত কৰা সাহায্যত মানুহৰ সৈতে ঈশ্বৰৰ ক্ষমতা প্রদর্শন কৰা। ঈশ্বৰৰ হাত তেওঁৰ লোকসকলৰ জীবনত কামত আহে। তেওঁ ইষ্টেৰৰ জীবনত এই পৰিস্থিতি ব্যবহাৰ কৰিছে, কাৰণ তেওঁ সমস্ত মানুহৰ সিদ্ধান্ত আৰু কর্মবোৰে প্রমান কৰে যে, তেওঁৰ ঐশ্বৰিক পৰিকল্পনা আৰু উদ্দেশ্যলৈয়ে কর্ম কৰিছে। ইষ্টেৰ পুস্তকে হ’ল পুৰিমৰ ভোজ প্রতিষ্ঠাৰ মূল তথ্য, আৰু বর্তমানো পুৰিম উৎসৱ পালনৰ সময়ত ইহুদিসকলে ইষ্টেৰ পুস্তক পাঠ কৰে।

মূল বিষয়

সংৰক্ষণ

প্রান্তৰেখা

1. ইষ্টেৰ ৰাণী হোৱা — 1:1-2:23

2. ঈশ্বৰৰ লোকসকলৰ প্রতি অহা বিপদ — 3:1-3:15

3. ইষ্টেৰ আৰু মর্দখয় গ্রহন কৰা ব্যবস্থা — 4:1-5:14

4. ইহুদিসকলৰ উদ্ধাৰ — 6:1-10:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.